sangbad lahar logo

ঢলা-শদিয়াৰ ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন এজন ছাত্ৰ ।

ঢলা-ছৈখোৱাৰ ওপৰ লাউপানীৰ আকাশ ছেত্ৰী  নামৰ ১৪ বছৰীয়া ছাত্ৰজন গা-ধুবলৈ গৈ সন্ধানহীন হৈছে । আকাশ ছেত্ৰী অষ্টম শ্ৰেণীৰ ছাত্ৰ আছিল । বৰ্তমান ঘটনা সংঘটিত হোৱা স্থানত আৰক্ষীৰ লগতে SDRF বাহিনীৰ লোক উপস্থিত হৈ বৰ্তমান সন্ধান অব্যাহত ৰাখিছে কিন্ত এতিয়ালৈকে সন্ধান পোৱা নাই ছাএজনৰ ।

Related Articles