sangbad lahar logo

ডিগবৈৰ সাংবাদিক নিতুমণি শইকীয়াক নিউজ দৰ্পণৰ সম্বৰ্ধনা ।

 ডিগবৈ সাংবাদিক সন্থা আৰু অল আসাম প্ৰেছ কৰেছপনডেণ্ট ইউনিয়ন চমুকৈ আপকুৰ অন্যতম সদস্য , ‘টাইম লাইভ অসম’  আৰু ‘দুৰ্নীতিৰ দৰ্পণ ‘  দৈনিক বাতৰি কাকতৰ ডিগবৈৰ সাংবাদিক নিতুমণি শইকীয়াক  নিউজ দৰ্পণে কৰ্মপ্ৰাণ বঁটা ২০২৩ বৰ্ষৰ বাবে গুৱাহাটী কাহিলিপাৰা জ্যোতি চিত্ৰবনত আয়োজিত অনুষ্ঠানত ৱেষ্ট কৰছ্পনডেণ্ট এৱাৰ্ড প্ৰদান কৰে । ডিগবৈ সাংবাদিক সন্থাৰ সভাপতি বিনন্দ কোঁৱৰ আৰু সম্পাদক ৰাজেশ উপাধ্যায়ে সাংবাদিক শইকীয়াৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে ।

Related Articles