sangbad lahar logo

ছিকিমত ভাৰতীয় সেনা বাহিনীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ ১৬ জন বিষয়া-জোৱান নিহত ।

দুৰ্ঘটনাৰ লগে-লগে উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়, আৰু চাৰিজন আহত সৈনিকক উলিয়াই অনা হয়। কিন্তু দুৰ্ভাগ্যবশতঃ দুৰ্ঘটনাটোত ৩ জন কনিষ্ঠ কমিচনেড অফিচাৰ আৰু ১৩ জন জোৱানৰ মৃত্যু হয়।

Related Articles