sangbad lahar logo

ঘোষণা হ’ল অসম সাহিত্য সভাৰ বিভিন্ন বঁটাৰ বাবে নাম।

ঘোষণা হ’ল অসম সাহিত্য সভাৰ বিভিন্ন বঁটাৰ বাবে নাম। কাক কি বঁটা প্ৰদান কৰা হৈছে তলত সৱিশেষ উল্লেখ কৰা হ’ল-

অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা ড০ এম কামালুদ্দিন আহমেদলৈ। ড০ আহমেদ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক।

কলাগুৰু বিষ্ণুপ্রসাদ ৰাভা বঁটা ড০ পূৰ্ণ ভট্টাচাৰ্যলৈ।

বাসন্তী বৰদলৈ বঁটা তিনিচুকীয়াৰ নীলাক্ষি চলিহা গগৈলৈ।

হেম বৰুৱা বঁটা গুৱাহাটীৰ গংগাপদ চৌধুৰীলৈ ।

বুদুৰাম পাংগিং সোঁৱৰণী বঁটা লাভ মুকুট শৰ্মাৰ।

ফণী তালুকদাৰ-ডলী তালুকদাৰ ব্যংগ সাহিত্য বঁটা অঞ্জলি মহন্তলৈ।

ভৰত চন্দ্র বৰুৱা বঁটা ভূপেন্দ্র ৰায়চৌধুৰীলৈ ।

অমূল্য বৰুৱা কবি বঁটা নলবাৰীৰ ৰঞ্জিৎ পাটগিৰিলৈ।

গিৰিধৰ শৰ্মা বঁটা নগাঁৱৰ প্রতিভা ভাগৱতীলৈ।

উল্লেখ্য যে, ২ ফেব্রুৱাৰীত বঁটাসমূহ প্রদান কৰা হ’ব। অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনত প্ৰদান কৰা হ’ব এই বঁটা সমূহ।

Related Articles