sangbad lahar logo

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দালালক গ্ৰেপ্তাৰ।

অধীক্ষকৰ কাৰ্যালয়তে গ্ৰেপ্তাৰ নৱদীপ বৰা নামৰ দালালটোক। এজনৰ পৰা ৰোগীৰ পৰীক্ষাৰ নামত লৈছিল ১০ হাজাৰ টকা। লোকজনে অভিযোগ দিছিল অধীক্ষক অভিজিৎ শৰ্মাক। নৱদীপৰ লগতে বাণীকান্ত দাস নামৰ ৱাৰ্ড বয়জনকো গ্ৰেপ্তাৰ। হেমাট’লজী বিভাগৰ পৰা দালালটোৱে সংগ্ৰহ কৰিছিল ধনখিনি। ৭ ফেব্ৰুৱাৰীত সংগ্ৰহ কৰিছিল ধনখিনি। দালালিত বৃহৎ চক্ৰ জড়িত থকাৰ অভিযোগ। চক্ৰটোত জ্যেষ্ঠ চিকিৎসকো জড়িত হৈ থকাৰ অভিযোগ।

Related Articles