sangbad lahar logo

কামৰূপৰ আলিকাশত সংগীতৰ মূৰ্চ্ছনা।

শুৱালকুছিৰ শিঙিমাৰীত (আলিকাশ)ৰ গঞাই উদযাপন কৰিলে সাংস্কৃতিক সন্ধিয়াৰ এটা নিশা।

কুমাৰ ভৱেশ, আৰু মুৰ্ছনা দাসৰ সংগীতৰ তালে-তালে জীয়ৰী-বোৱাৰী , ডেকা-চেমনীয়াৰ মনোৰঞ্জনৰ তৃপ্তি।

সমান্তৰালকৈ সম্বৰ্ধনা জ্ঞাপন কৰা হ’ল কেইবাগৰাকী বিশিষ্ট ব্যক্তিক ।

“গৰীৱৰ বন্ধু” খ্যাত আমিনগাঁওৰ ৰিয়াজ আলীক ৰাজহুৱাকৈ জাপি, চেলেং চাদৰ , আৰু শৰাইৰে সন্মান জনালে উদ্যোক্তা সকলে।

মঞ্চত ৰিয়াজ আলীৰ পৰা আশীৰ্বাদ বিচাৰিলে কুমাৰ ভৱেশে ।

কনিষ্ঠ ভাতৃতুল্য কুমাৰ ভৱেশক হিয়া উজাৰি আশীৰ্বাদ ৰিয়াজ আলীৰ।

Related Articles