sangbad lahar logo

কাঁহিগঙ্গা নদীৰ পাৰত গণেশ পূজাৰ প্ৰস্তুতি।

দক্ষিণ কামৰূপৰ গড়গড়াৰ কাঁহিগঙ্গা নদীৰ পাৰত চলিছে আঞ্চলিক শ্ৰীশ্ৰীগণেশ মন্দিৰৰ উদ্যোগত গণেশ পূজাৰ প্ৰস্তুতি।প্ৰতি বছৰৰ দৰে এইবেলিও দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ’ব আঞ্চলিক গণেশ পূজা। ইচ্ছুক ভক্তপ্ৰাণ ৰাইজক মন্দিৰ নিৰ্মাণৰ সাহাৰ্য্যাৰ্থে দান বৰঙণি আগবঢ়াবলৈ অনুৰোধ জনাইছে উদ্যোক্তাই।

Related Articles