sangbad lahar logo

‘আজি গান গাবলৈ মন নাই, গান নাগাওঁ’। হঠাৎ মঞ্চৰ পৰা নামি আহে জুবিন গাৰ্গ। শিৱসাগৰৰ এক অনুষ্ঠানত অনুৰাগীক উপেক্ষা কৰি জুবিন গাৰ্গৰ এনে আচৰণ। শিল্পীগৰাকীৰ মইমতালি তথা এনে অপেছাদাৰী আচৰণক লৈ অসন্তুষ্ট উপস্থিত ৰাইজ।

Related Articles