sangbad lahar logo

আজি আনুষ্ঠানিকভাৱে মুকলি হ’ল ড০ বেজবৰুৱা-২ ছবিখনৰ শুভমুক্তিৰ দিন।

৩ ফেব্ৰুৱাৰীত দেশজুৰি মুকলি হ’ব ছবিখন। অসমৰ লগতে দেশৰ কেইবাখনো চহৰত মুকলি হ’বলগা ড০ বেজবৰুৱা একেলগে ১০০ খনতকৈও অধিক স্ক্ৰীণত একেদিনাই শুভমুক্তি হ’ব।

সোমবাৰে শক্তিপীঠ মা কামাখ্যা মন্দিৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল ছবিখনৰ প্ৰমোশ্যন। ছবিখনৰ প্ৰমোশ্যনৰ বাবে উপস্থিত হয় জুবিন গাৰ্গ। জুবিন গাৰ্গে অন্যতম চৰিত্ৰত অভিনয় কৰিছে ড০ বেজবৰুৱাত। লগতে ছবিখনৰ সংগীত জুবিন গাৰ্গৰ।

Related Articles