sangbad lahar logo

অৱশেষত সুস্থ হৈ হাস্পতালৰ পৰা ঘৰলৈ উভতিল কণ্ঠশিল্পী জুবলী বৰুৱা।

অৱশেষত সুস্থ হৈ ঘৰলৈ উভতিল জনপ্ৰিয় কণ্ঠশিল্পী জুবলী। কিছুদিন পূৰ্বে অসুস্থ হৈ পৰা জুবলী গুৱাহাটী মহানগৰীৰ হেলথ চিটী হাস্পতালত ভৰ্তি হৈ আছিল। বৃহস্পতিবাৰে হাস্পতালৰ পৰা ৰিলিজ লোৱাৰ পিছত এতিয়া ছচিয়েল মিডিয়াত নিজৰ স্বাস্থ্যৰ সম্পৰ্কে সবিশেষ জনাইছে জুবলীয়ে।

উল্লেখ্য যে, যোৱা ৫ দিন ধৰি চিকিৎসাধীন হৈ আছিল কণ্ঠশিল্পীগৰাকী। মহানগৰীৰ হেল্থ চিটী হাস্পতালত চিকিৎসাধীন হৈ আছিল জুবলী। কোভিডৰ পিছৰ জটিলতাৰ লগতে ভাইৰেল নিউমোনিয়াত আক্ৰান্ত হৈছিল জুবলী।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *