sangbad lahar logo

অসমত দ্ৰুত গতিত বৃদ্ধি কৰ’ণা আক্ৰান্তৰ সংখ্যা

অসমত দ্ৰুতগতিত বৃদ্ধি কৰ’ণা আক্ৰান্তৰ সংখ্যা । পুনৰ কৰ’ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে অসমত । অসমত আৰু ১৪ জনৰ দেহত ধৰা পৰিল কৰ’ণা পজিটিভ । ১৮৫ জনলৈ বৃদ্ধি হ’ল অসমত কৰ’ণা আক্ৰান্তৰ সংখ্যা । আজিৰ দিনটোত মুঠ ২৮ জন ৰোগীৰ ধৰা পৰিল কৰ’ণা পজিটিভ । এই তথ্য সদৰি কৰিলে অসমৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *