sangbad lahar logo

ৰোহিত শৰ্মালৈ বিশেষ উপহাৰ আগবঢ়ালে গুৱাহাটীৰ এজন যুৱকে।

ৰাবাৰ ষ্টাম্পৰ জৰিয়তে প্ৰতিচ্ছবি তৈয়াৰ কৰি উপহাৰ দিলে ক্ৰিকেটাৰজনক। হোটেল ৰেডিছন ব্লুত নিজ হাতেৰে প্ৰতিচ্ছবিখন উপহাৰ দিলে ৰাহুল পাৰিকে।

বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহতেই ৰাহুলে প্ৰস্তুত কৰিছিল প্ৰতিচ্ছবিখন।

Related Articles