sangbad lahar logo

ৰাহুল দ্ৰাবিড় ভাৰতীয় ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষক…

ভাৰতীয় ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়। বি চি চি আইয়ে ঘোষণা কৰিলে এই কথা। ১৭অক্টোবৰৰ পৰা আৰম্ভ হ’ব লগা টি-২০ বিশ্বকাপৰ পাছতে ভাৰতীয় দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব ল’ব ৰাহুল দ্ৰাবিড়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *