sangbad lahar logo

ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে অভিনেত্ৰী চিত্ৰাংগদাই পিন্ধিলে চাদৰ মেখেলা….

আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে বলীউডৰ অভিনেত্ৰী চিত্ৰাংগদা সিঙে শনিবাৰে পৰম্পৰাগত অসমৰ মেখেলা চাদৰ পৰিধান কৰি অসমৰ হস্ততাঁত কৰ্মীসকলক কৃতজ্ঞতা জ্ঞাপন কৰে।
চিত্ৰাংগদা সিঙে ডিজাইনাৰ সংযুক্তা দত্তৰ দ্বাৰা ডিজাইন কৰা এখন বগা মেখলা চাদৰ পিন্ধিছিল।
চিত্ৰাংগদা সিঙৰ অফিচিয়েল ইনষ্টাগ্ৰাম যোগে লিখিছে, “এই ধুনীয়া শাৰীখনৰ বাবে বহুত @Sanjukta_Dutta_ ধন্যবাদ। এই ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত মেখেলা চাদৰৰ দৰে এক বিশেষ উপহাৰ পিন্ধিবলৈ মই অতি উৎসাহিত।”

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *