উত্তৰ গুৱাহাটীৰ চন্দ্ৰা গাৱত নিৰ্মাণ কৰা হৈছে এখন উন্নত মানদণ্ডৰ “BOXING ACADEMY “।অসম গৌৰৱ, অলিম্পিয়ান লাভলীনা বৰগোহাঁইৰ উদ্যোগত নিৰ্মান কৰা হৈছে”BOXING ACADEMY “খন ।”BOXING ACADEMY ” খনকলৈ ব্যস্ত আন্তঃৰাষ্ট্ৰীয় BOXER লাভলীনা ।”ACADEMY ” খনৰ বাবে পাটিয়ালাৰ পৰা আনা হৈছে উন্নত মানদণ্ডৰ সামগ্ৰী ।অতি কম খৰচত ৰাজ্যৰ প্ৰতিভাৱান খেলুৱৈয়ে BOXINGৰ প্ৰশিক্ষণ ল’ব পাৰিব ACADEMY খনত ।

ৰাজ্যৰ চুকে কোনে লুকাই থকা প্ৰতিভাৱান খেলুৱৈ সকলক এখন মঞ্চ দিয়াৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছে এই ACADEMY খন ।অহা ২৫ মে’ত আনুষ্ঠানিক ভাৱে মুকলি কৰা হ’ব ACADEMY খন ।উত্তৰ গুৱাহাটীৰ পিছত অসমৰ বিভিন্ন স্থানত মুকলি কৰা হ’ব LOVLINA BOXING ACADEMY.
