ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকৰ বাবে ভাল খবৰ|দৰিদ্ৰ আৰু মধ্যবিত্ত লোকক চৰকাৰে দিব ধন|পকীঘৰ বনাবলৈ চৰকাৰে দিব ১লাখ ৩০ হাজাৰ টকা|অসমৰ প্ৰতিজন লোকৰে থাকিব পকী ঘৰ|তালিকা সাজু কৰিছে হিমন্ত চৰকাৰে|এতিয়াৰে পৰা অতি সহজেই লাভ কৰিব চৰকাৰী ঘৰ|চৰকাৰী ঘৰক লৈ নতুন নিয়ম জাৰি চৰকাৰৰ|এতিয়াৰে পৰা দুচকীয়া বাহন থাকিলেও পাব চৰকাৰী ঘৰ|মাহিলী উপার্জন ১৫হাজাৰ টকা হ’লেও পাব চৰকাৰী ঘৰ|৫একৰ মাটি থাকিলেও পাব বিনামূলীয়া চৰকাৰী ঘৰ|এতিয়াৰে পৰা চৰকাৰী ঘৰৰ প্রদান প্রক্রিয়াত সোমাব নোৱাৰিব দালাল|নতুনকৈ প্রায় ১০-১২ লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ|PMAY ঘৰৰ পৰা বঞ্চিত দুখীয়া পৰিয়ালে বিশেষ প’ৰ্টেলত দিব পাৰিব ঘৰৰ ফটো|ঘোষণা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ |