ৰাজ্যত বৃদ্ধি পালে পেট্ৰ’লৰ মূল্য। অসমৰ কেইবাখনো জিলাত চেঞ্চুৰী কোবালে পেট্ৰ’লৰ প্ৰতিলিটাৰৰ মূল্যই। ধেমাজি, লখিমপুৰ, মাজুলী, বিশ্বনাথ, নগাঁও, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, ওদালগুৰি, কৰিমগঞ্জ আৰু শিৱসাগৰত ১০০ ৰ দেওঁনা পাৰ কৰিলে প্ৰেট্ৰ’লে।