
ৰাজ্যত পুনৰ ভূমিকম্পৰ জোঁকাৰণি।
মাজনিশা ১২ বজাত ভূমিকম্পৰ জোঁকাৰণি।
গুৱাহাটীকে ধৰি কেইবাঠাইতো জোঁকাৰণি অনুভূত।
কেইবা ছেকেণ্ড ধৰি আছিল জোঁকাৰণি।
হোজাইৰ সমীপত ভূমিকম্পৰ অভিকেন্দ্ৰ।
ৰাজ্যত পুনৰ ভূমিকম্পৰ জোঁকাৰণি।
মাজনিশা ১২ বজাত ভূমিকম্পৰ জোঁকাৰণি।
গুৱাহাটীকে ধৰি কেইবাঠাইতো জোঁকাৰণি অনুভূত।
কেইবা ছেকেণ্ড ধৰি আছিল জোঁকাৰণি।
হোজাইৰ সমীপত ভূমিকম্পৰ অভিকেন্দ্ৰ।