News updates

ৰঙিয়াত মধ্যাহ্ন ভোজন কৰ্মীৰ উত্তাল প্ৰতিবাদ
ৰঙিয়াত মধ্যাহ্ন ভোজন কৰ্মীৰ উত্তাল প্ৰতিবাদ সাব্যস্ত। মধ্যাহ্ন ভোজন আঁচনিৰ বেচৰকাৰীকৰণৰ বিৰুদ্ধে ধৰ্ণা আৰু হুংকাৰ। সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ উদ্যোগত ৰঙিয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। কেন্দ্ৰীয় …