
ৰাজকন্যাক বৰুৱাক প্ৰেৰণ কৰা হ’ল ন্যায়িক জিন্মালৈ। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ ৰাজকন্যাক। ১৪দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৰাজকন্যাক। কাৰাগাৰত অন্য অপৰাধীৰ দৰেই থাকিব লাগিব ৰাজকন্যা। ৰাজকন্যাক কাৰাগাৰত বিশেষ আতিথ্য নিদিবলৈ নিৰ্দেশ CJM ৰ। সাধাৰণ কয়দীৰ থাকিব লাগিব ৰাজকন্যা।