ৰহা সমষ্টিৰ কচুৱাৰ বিভিন্নপ্ৰান্তৰ ইফটাৰত উপস্থিত ন কংগ্ৰেছী উৎপল বনিয়া…

ৰহা সমষ্টিৰ কচুৱাৰ বিভিন্নপ্ৰান্তৰ ইফটাৰত উপস্থিত ন কংগ্ৰেছী উৎপল বনিয়া।দেওঁবাৰে ৰহা সমষ্টিৰ কচুৱাৰ কেইবাখনো মছজিদত উপস্থিত হৈ ইফতাৰত অংশ গ্ৰহণ কৰে যুৱ নেতা তথা ন কংগ্ৰেছী উৎপল বনীয়াই ।ৰহা সমষ্টিৰ বৃহতৰ কচুৱাৰ তিনিআলি বজাৰ মজিদ, শিমলুগুৰি মজিদ,শিঙিমাৰী মজিদ, কচুৱা বজাৰ মজিদত|


অংশ গ্ৰহণ কৰি ধৰ্মপ্ৰান ৰাইজৰ হৈতে মত বিনিময় কৰে। যুৱ নেতা গৰাকীৰ লগত বি চি চি ৰ সদস্য দুলাল দেৱনাথ , ৰহা যুৱ কংগ্ৰেছৰ সম্পাদক মোজাহিদ ইছলাম,গেৰজাইপাম মণ্ডল কংগ্ৰেছৰ সভাপতি আতাবুৰ ৰহমানৰ লগতে বহু কংগ্ৰেছ কৰ্মীয়ে নেতা গৰাকীক সংগ দিয়ে।

ৰহা সমষ্টিৰ সমাজসেৱক,যুৱ লেখক তথা ডুগডুগীৰ স্বত্বাধিকাৰী উৎপল বনীয়াই কংগ্ৰেছত যোগদান কৰাৰ পাছতে সমষ্টিৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰা দেখা গৈছে।