ৰহা সমষ্টিৰ অন্তৰ্গত কমাৰগাওঁ পঞ্চায়তৰ বিজেপি দলৰ আঞ্চলিক সদস্যা প্ৰাৰ্থী চাহানা চুলতানা নিৰ্বাচনী প্ৰচাৰ…

ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ প্ৰচাৰ তুংগত হৈ পৰিছে কমাৰগাওঁ গাঁও পঞ্চায়ত, পিছ পৰি ৰোৱা নাই ৰহা সমষ্টিৰ অন্তৰ্গত কমাৰগাওঁ পঞ্চায়তৰ বিজেপি দলৰ আঞ্চলিক সদস্যা প্ৰাৰ্থী চাহানা চুলতানা। আজি কমাৰগাওঁ গাঁও পঞ্চায়তৰ বিভিন্ন অঞ্চলত চলাইছে প্ৰচাৰ আৰু ৰাইজে জনাইছে ব্যাপক সহাঁৰি, এইবাৰ নিৰ্বাচনলৈ দৃঢ় বিশ্বাস প্ৰাৰ্থী গৰাকীৰ, আগন্তুক দিনত ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে চাহানা চুলতানাই।