ৰঙিয়া আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা সহ সৰবৰাহকাৰী আটক…..

ৰঙিয়া আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা সহ সৰবৰাহকাৰী আটক।বহিঃৰাজ্যৰ গাঞ্জা সৰবৰাহকাৰীজনৰ পৰা উদ্ধাৰ ৫ কেজি ৫০০ গ্ৰাম গাঞ্জা।আটকধানী সৰবৰাহকাৰীজন উত্তৰ প্ৰদেশৰ সুৰজপুৰৰ ধীৰাজ তিৱাৰী ।যাত্ৰীবাহী বাছযোগে ৰাওনা হোৱাৰ সময়তে ৰঙিয়া নগৰৰ ভূটান বাছ আস্থানত আৰক্ষীয়ে অভিযান চলাই নিচাজাতীয় সামগ্ৰী সহ সৰবৰাহকাৰী জনক আটক কৰে ।