
কোভিডৰ মাজতে ডুবাইত অনুষ্ঠিত হ’ব আই পি এল,
আইপিএল-২০২১ৰ বাকী থকা খেলসমূহৰ সময়সূচী ঘোষণা,
১৯ ছেপ্টেম্বৰৰ পৰা ডুবাইত অনুষ্ঠিত হ’ব IPLৰ বাকী খেলসমূহ,
প্ৰথমখন মেচত মুখামুখি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ,
১৫ অক্টোবৰত অনুষ্ঠিত হ’ব ফাইনেল মেচ,
উল্লেখ্য যে, কোভিডৰ বাবে স্থগিত হৈ আছিল খেলসমূহ।