ভূমিকম্পই জোকাৰি গ’ল ইণ্ডোনেছিয়াক। ৰিখতাৰ স্কেলত ইয়াৰ প্ৰাৱল্য আছিল ৫.২। ইণ্ডোনেছিয়াৰ গৰন্তালুৰ পৰা ১৬০ কিলোমিটাৰত উৎপত্তি স্থল আছিল ভূমিকম্পটোৰ।