
গুৱাহাটী মহানগৰীত বন্ধ ঘোষণা, দীপাৱলী উপলক্ষে ৫ নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা।এই বন্ধ ঘোষণা কৰিছে উপায়ুক্তই। আনহাতে স্কুল, কলেজ, চৰকাৰী কাৰ্যালয় বন্ধ থাকিব এই বন্ধৰ দিনত।কামৰূপ মেট্ৰ’ৰ উপায়ুক্তই দিছে এই নিৰ্দেশ। এই বন্ধ উপলক্ষে পৰীক্ষা বা আন অত্যাৱশ্যকীয় সেৱাক সামৰি নলয়। দীপাৱলী উপলক্ষে কঠোৰ নিৰ্দেশনা কামৰূপ মহানগৰ প্ৰশাসনৰ। ফটকা, বোমা ফুটোৱাত কঠোৰ হ’ব প্ৰশাসন।
1 Comment