sangbad lahar logo

৩১ জুলাইত উচ্চতৰ মাধ্যমিকৰ ফলাফলঃ এইদৰে চাব পাৰিব ফলাফল……

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ গুৰুত্বপূৰ্ণ ঘোষণা,
৩১ জুলাইত ঘোষণা কৰিব উচ্চতৰ মাধ্যমিকৰ ফলাফল,
৩১ জুলাইৰ পুৱা ৯ বজাৰ পৰাই শিক্ষা সংসদৰ ৱেবছাইটত উপলব্ধ হ’ব ফলাফল,
ইয়াৰ উপৰিও প্ৰতিখন শিক্ষানুষ্ঠানলৈ সংসদে প্ৰেৰণ কৰিব ফলাফলসমূহ,
http://www.assamresult.in, http://www.NeCareer.com, http://www.ahsec.assam.gov.in, http://www.assam jobalerts.com, http://www.schools9.com, http://www.results.shiksha, http://www. indiaResults.com, http://www.vidyavision.com আদি ৱেবছাইটৰ জৰিয়তে শিক্ষাৰ্থীসকলে নিজৰ ৰিজাল্ট চাব পাৰিব,
এই ৱেবছাইট কেইটাৰ পৰাই শিক্ষাৰ্থীসকলে ডাউনলোড কৰিব পাৰিব নিজৰ মাৰ্কশ্বিট,
উচ্চতৰ মাধ্যমিকৰ এইবাৰ মুঠ ২৪৯৮১২ গৰাকী শিক্ষাৰ্থীৰ ফলাফল ঘোষণা কৰা হ’ব,
ইয়াৰ ভিতৰত ৩৮৪৩০ গৰাকী বিজ্ঞান, ১৯১৮৫৫ গৰাকী কলা আৰু ১৮৪৪৩ গৰাকী বাণিজ্য শাখাৰ শিক্ষাৰ্থী।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *