sangbad lahar logo

২০২৩ ত ভক্তৰ বাবে মুকলি হ’ব ৰাম মন্দিৰ।

সংবাদ লহৰ o5/08/21: ভক্তপ্ৰাণ ৰাইজৰ বাবে সুখবৰ, ২০২৩ ৰ পাছতে দৰ্শন কৰিব পাৰিব ৰাম মন্দিৰ। ২০২৩ ত সম্পুৰ্ণ হব ৰাম মন্দিৰৰ গৰ্ভ গৃহৰ কাম, লগতে মন্দিৰৰ ভিতৰত প্ৰতিষ্ঠা কৰা হব ভগৱান ৰাম, সীতা আৰু লক্ষণৰ প্ৰতিমুৰ্তি। মন্দিৰৰ সম্পুৰ্ণ নিৰ্মান কাৰ্য সমাপ্ত হৱ ২০২৫ ত। ইতিমধ্যে পুৰ্ণগতিত অব্যাহত আছে মন্দিৰৰ নিৰ্মাণকাৰ্য। জানিব পৰা মতে ৰাম মন্দিৰৰ নিৰ্মাণকাৰ্যত ব্যয় হব প্ৰায় ৯০০ ৰ পৰা ১০০০ কৌটি টকা। দেশৰ বিভিন্ন প্ৰান্তৰ লোকে আগবঢ়াইছে ৰাম মন্দিৰলৈ বৰঙণি।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *