


ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা। আনহাতে ৰাজ্যৰ প্ৰতিভাৱান বক্সাৰ লাভলীনা বৰগোহাঁই সহ দেশৰ ২৭ গৰাকী খেলুৱৈ লৈ আগবঢ়োৱা হৈছে অৰ্জুন বঁটা । উল্লেখযোগ্য যে, অৰ্জুন বঁটা লাভ কৰা লাভলীনা হৈছে অসমৰ ষষ্ঠ গৰাকী খেলুৱৈ। স্মৰ্তব্য যে,২৯ আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনা এই বঁটা সমূহ প্ৰদান কৰা হ’ব।