
অসম কেব মজদুৰ সংঘ-গুৱাহাটী কেব ড্রাইভাৰ ইউনিয়নৰ সংবাদমেল,
OLA, UBER দুই প্রতিষ্ঠানৰ বিৰুদ্ধে সৰৱ কেব ড্রাইভাৰসকল,
১ আগষ্টৰ পৰা OLA, UBERৰ গাড়ী নচলে গুৱাহাটীত,
OLA, UBER ক সামূহিকভাৱে বৰ্জন কেব চালকসকলৰ,
Peindia ত অন্তৰ্ভূক্ত হ’ব কেব চালকসকল,
১ আগষ্টৰ পৰা Peindia App ৰ যোগেদিহে বুক কৰিব পাৰিব কেব,
১৬ হাজাৰ চালকে গাড়ী চলাই আছিল OLA, UBERৰ অধীনত,
৬০০০ ড্রাইভাৰ ইতিমধ্যেই অন্তৰ্ভূক্ত হৈছে Peindia ত,
কোৰোনাৰ জটিল সময়ত ১০ হাজাৰ কেব চালক নিবনুৱা হৈছে,
যাত্রীৰ বাবে Peindia ত থাকিব বিশেষ সুবিধা।