১৯ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন। এই অধিৱেশনত ৩ খন অধ্যাদেশ, ১৭ খন নতুন বিধেয়ক উত্থাপনৰ আছে সম্ভাৱনা। অধিৱেশনৰ প্ৰাকমুহূৰ্তত শনিবাৰে আহ্বান কৰিছে এক সৰ্বদলীয় বৈঠক। দিনৰ ১১বজাত অনুষ্ঠিত হ’ব এই সৰ্বদলীয় বৈঠক।