হেঙেৰাবাৰী জনস্বাস্থ্যকাৰিকৰী বিভাগৰ চৰকাৰী আবাসগৃহত উদ্ধাৰ মৃ**হ । ২২,৫৭০ টকা নগদ ধন উদ্ধাৰ হৈছে মৃ***হৰ কাষত ।

হেঙেৰাবাৰী জনস্বাস্থ্যকাৰীকৰি বিভাগৰ চৰকাৰী আবাসগৃহত উদ্ধাৰ মৃতদেহ ।
মৃত লোকজনৰ নাম দ্বিজেন দাস বুলি জানিব পৰা গৈছে ।
state public health laboratory UD আছিল লোকজন ।
গোৰেশ্বৰৰ বিহদিয়াত লোকজনৰ ঘৰ বুলি জানিব পৰা গৈছে ।
২২,৫৭০ নগদ ধন উদ্ধাৰ হৈছে মৃতদেহৰ কাষত ।
দুদিনধৰি লোকজন ঘৰৰ পৰা নোলোৱাত সন্দেহ হয় চুবুৰীয়াৰ । লগে লগে খবৰ দিয়ে আৰক্ষীক ।
আৰক্ষীয়ে বিছনাৰ তলত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে লোকজনৰ মৃতদেহ ।
বিগত চাৰিমাহ ধৰি পত্নী আৰু কন্যা আছিল গোৰেশ্বৰত । সেয়ে, আবাসগৃহটোত অকলে আছিল লোকজন ।