
বিহালী বিধান সভা সমষ্টিৰ গাংমৌথানৰ উদীয়মান কণ্ঠশিল্পী প্ৰাঞ্জুমন ভুঞাই আৰু নমী মহন্তই কণ্ঠদান কৰা হেঁপাহ শীৰ্ষক গীতটি Jollywood now music চেনেলত মুক্তি লাভ কৰিছে । ইতিমধ্যে কেইবাটাও জনপ্ৰিয় গীতত কণ্ঠদান কৰা প্ৰাঞ্জুমন ভুঞাইৰ আশা , দৰ্শক ৰাইজে তেওঁৰ এই নতুন হেঁপাহ শীৰ্ষক গীতটো আদৰি ল’ব বুলি। লগতে গীতটোৰ সম্পকত গীতটোৰ কথা-সুৰ নমী মহন্ত , সংগীত ত্রিয়ন মহন্ত , শব্দ সংমিশ্ৰণ পিংকু দাসৰ বুলি কণ্ঠশিল্পী প্ৰাঞ্জুমন ভুঞাই জানিবলৈ দিয়ে।