sangbad lahar logo

হানি খুচি মহিলাক হত্যা কৰি নিজে আত্মহননৰ চেষ্টা যুৱকৰ…

ইটাখোলাত নিশা নৃশংস হত্যাকাণ্ড ৷ কৰণ গৰ্জু নামৰ এজনে চোকা অস্ত্ৰৰে হানি খুছি হত্যা কৰে মনিকা তান্তি নামৰ এগৰাকী মহিলাক ৷ হত্যাৰ পিছত নিজেওঁ আত্মহত্যা কৰাৰ চেষ্টা হত্যাকাৰী কৰণৰ ৷ ইটাখোলাৰ হোকাজানত এই চাঞ্চল্যকৰ ঘটনা ৷ বৰ্তমান বিশ্বনাথ অসামৰিক চিকিৎসালয়ত সম্প্ৰতি চিকিৎসাধীন হত্যাকাৰী কৰণ ৷ আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো ৷ ঘটনাক লৈ অঞ্চলজুৰি চাঞ্চল্য ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *