হাটশিঙিমাৰী আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সাফল্য….

এইবেলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চুৰান্ত পৰীক্ষাত উক্ত বিদ্যালয়ৰ পৰা কলা শাখাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভিতৰত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান পায় পাই ১০০% উত্তীৰ্ণৰে প্ৰতিষ্ঠান খনে ৰেকৰ্ড গঢ়িছে,
জিলা খনৰ ভিতৰত শতকৰা ৮৮% শতাংশ সৰ্বাধিক নম্বৰ পাই গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আৰু আন দুজনে ডিছটিনশন নম্বৰ পাইছে আৰু আন এজনে বিজ্ঞান শাখাত ৮৪% নম্বৰ পাই উক্ত বিদ্যালয় খনৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে,এইবেলি উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত বিজ্ঞান আৰু কলা শাখাত পৰীক্ষাৰ ফলাফল বৰ ভাল হৈছে আৰু এই ক্ষেত্ৰত শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ যথেষ্ট অৰিহণা আছে বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।