মৃত মহিলা গৰাকীৰ নাম ভৱানী দাস । পাৰিবাৰিক কন্দলৰ ফলত সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড । পুত্ৰ বোৱাৰী ঘৰত নথকাৰ সুযোগতে হত্যাকাণ্ড সংঘটিত কৰে স্বামী সমীন দাসে । সম্প্ৰতি কঞাঁ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে হত্যাকাৰী স্বামী সমীন দাসক ।