দূৰ্ঘটনাগ্ৰস্ত চাৰিচকীয়া বাহনখনত তিনিগৰাকী যাত্ৰী থকাৰ বিপৰীতে যাত্ৰীবাহী বাছখনতো আছিল কেইবাগৰাকীও লোক । দুৰ্ঘটনাটোত দুগৰাকী লোক সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয় বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে । উক্ত দূৰ্ঘটনাৰ পিছত ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয় ।