sangbad lahar logo

হাজোৰ পশ্চিম বড়িগোগ গাঁও পঞ্চায়ত সমবায় সমিতিত ব্যাপক আনিয়ম।।

সংবাদ লহৰ: এজন যুৱক।।নাম চেলিম আলী।।ঘৰ হাজো সমষ্টিৰ ধূহিবালাত।।সাম্প্ৰতিক যুৱক জনে অকলশৰে আৰম্ভ কৰিছে আমৰণ অনশন।।এখন বেনাৰ এটি ফটা কাৰ্টুনত বহি আৰম্ভ কৰিছে আমৰণ অনশন।।পিছে অনশন কৰাৰ কাৰণ কি জানেনে?এই যে পশ্চিম বড়িগোগ সমবায় সমিতি ত ভূমি দান কৰা পৰিয়াৰল সদস্য।।ভূমি দান কৰা পৰিয়ালৰ কোনো এক সদস্য ই সমবায় খনত নিয়োজিত হয় চাকৰিত।।কিন্তু সমবায় খনৰ সভাপতি আবুল হুছেইনে আজিলৈকে চাকৰিত নিয়োজিত নকৰি নিজৰ অঙহি বঙহিক নিয়োজিত কৰাইছে।।তাৰ সম্পূৰ্ন উচিত বিচাৰ বিচাৰি আৰু ভূমি দাতা ৰ পৰিয়ালক সংস্থাপন দিয়াৰ দাবীত এনেদৰে অকলশৰে আমৰণ অনশন আৰম্ভ কৰিছে।।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *