
নিউজ ডেস্কঃ হাজোত অসম প্ৰদেশ কংগ্ৰেছৰ জাকিৰ হুছেইন শিকদাৰৰ সংবাদমেল।অসম চৰকাৰে অনুষ্ঠিত কৰিবলগীয়া টেট পৰীক্ষাক আদৰণি প্ৰদেশ কংগ্ৰেছৰ কেইবাখনো জিলাত টেট পৰীক্ষা কেন্দ্ৰ নিদিয়াত তীব্ৰ গৰিহণা প্ৰদেশ কংগ্ৰেছৰ বৰপেটা, বজালী, ধুবুৰী, হাইলাকান্দি, গোৱালপাৰা, মানকাছাৰ, কৰিমগঞ্জ, দঃ শালমাৰাত টেট পৰীক্ষা অনুষ্ঠিত নকৰাত তীব্ৰ প্ৰতিক্ৰিয়া । নিবনুৱা যুৱক-যুৱতীক লৈ হেতালী নেখেলিবলৈ আহ্বান ৰাজ্য চৰকাৰক বিজেপি দল আৰু চৰকাৰে শিক্ষা বিভাগক লৈ ৰাজনীতি কৰিছে শিক্ষা বিভাগৰ হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰা নহ’ব কংগ্ৰেছক কটাক্ষ কৰা অখিল গগৈয়ে ডুবন্ত নাঁৱত উঠিবলৈ চেষ্টা চলাইছে উপ নিৰ্বাচনত পৰাজিত হ’ব ৰূপজ্যোতি কুৰ্মী, সুশান্ত বুঢ়াগোঁহাই সংবাদমেলযোগে এই মন্তব্য আগবঢ়াই।