প্ৰেমিকৰ সৈতে বিহপান কৰি প্ৰেমিকাৰ মৃত্যু
প্ৰেমৰ সম্পৰ্কৰ ভয়ংকৰ পৰিণতি
দুই কিশোৰ-কিশোৰীয়ে একেলগে কৰিলে বিহপান
শুশ্রুষা হাস্পতালত মৃত্যু কিশোৰীগৰাকীৰ
সাঁৰথি হাস্পতালৰ ICU ত মৃত্যুৰে যুঁজিছে কিশোৰজনে
কিশোৰ-কিশোৰীদ্বয়ৰ ঘৰ নলবাৰীৰ দীপ্তা সুৰাদীত
পুৱা দুয়ো ওলাই গৈছিল সৰস্বতী পূজা চাবলৈ
তাৰ পাছতে কিশোৰ-কিশোৰীদ্বয়ে মিলি কৰিছিল বিহপান
মৃত কিশোৰীগৰাকী বৰমাৰ ছানৰাইজ একাডেমীৰ ছাত্রী
চিকিৎসাধীন ছাত্রজন বৰমাৰ কেমব্রিজ একাডেমীৰ