লক ডাউন অব্যাহত থকা পাছতো প্ৰতিদিনে নীতি নিৰ্দেশনা উলংঘা কৰিছে একাংশ লোকে। আনহাতে আজিৰপৰা গ্ৰামাঞ্চলত দোকান-পোহাৰ খোলাৰ নিৰ্দেশনা দিয়াত সুবিধা লৈছে একাংশ জনতাই। যাৰ ফলত পুনৰ ৰাস্তাত ভিৰ কৰিছে কিছু লোকে। যাৰ ফলত সোণাৰি আৰক্ষী কঠোৰ হ’বলৈ বাধ্য হৈছে। নিয়ম উলংঘা কৰা লোকসকলক সোণাৰি আইনী ব্যৱস্থা গ্ৰহণ কৰি বহু যান-বাহন জব্দ কৰে আৰক্ষীয়ে। জৰিমনাও বিহা পৰিলক্ষিত হয় সোণাৰিত।

44 Comments