sangbad lahar logo

সোণাৰিৰ বিধায়িকা নৱনীতা সন্দিকৈ আক্ৰান্ত ক’ভিড ১৯ ত।

সোণাৰিৰ বিধায়িকা নৱনীতা সন্দিকৈ ক’ভিড ১৯ ত আক্ৰান্ত। বিধায়িকা গৰাকীৰ ব্যক্তিগত সহায়ক মানস ভৰদ্বাজ ৰয় আৰু গাড়ী চালক ৰঞ্জিত গগৈৰ দেহতো ধৰা পৰিছে ক’ভিড ১৯ পজিটিভ। বিধায়িকা গৰাকীৰ ৰেপিড টেষ্টত ধৰা পৰে ক’ভিড পজিটিভ। উল্লেখ্য যে দুদিন পূৰ্বে বিধায়িকাগৰাকীৰ পুত্ৰ কৰণজ্যোতি সন্দিকৈ, ব‌্যক্তিগত সহায়ক যীশু পাল আৰু গাড়ী চালক কাৰ্তিক বড়াৰ দেহত ধৰা পৰিছিল ক’ভিড পজিটিভ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *