sangbad lahar logo

সোণাপুৰত বালি ভৰ্তি ডাম্পাৰৰ দৌৰাত্ম্য । নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্রীয় ঘাইপথত বাগৰিল বালি ভৰ্তি ডাম্পাৰ ।

শনিবাৰে সোণাপুৰৰ পাটৰকুছিট সংঘটিত হয় এক পথ দুৰ্ঘটনা ।

সোণাপুৰৰ পৰা গুৱাহাটী অভিমুখী AS 01 PC 6659 নম্বৰৰ এখন বালি ভৰ্তি বাহন নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে ।

ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ এটা কাষ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে । 

দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও ৰাষ্ট্ৰীয় ঘাইপথত বাহনখন বাগৰি পৰাৰ ফলত ঘাইপথত তীব্ৰ যানযটৰ সৃষ্টি হয় ।

ঘটনা স্থলীত উপস্থিত হয় সোণাপুৰ আৰক্ষী ।

Related Articles