
সুস্থ অৱস্থাত আছে কন্ঠশিল্পী জুবিন গাৰ্গ। যোৱা নিশা জুবিন গাৰ্গ অসুস্থ উচ্চৰক্তচাপ জনিত সমস্যাত আক্রান্ত হৈছিল। জুবিন গাৰ্গক ততাতৈয়াকৈ আয়ুৰচন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। জুবিন গাৰ্গ এতিয়া সুস্থ। হাৰ্টথ্ৰৱ গৰাকীক জিৰণি ল’বলৈ পৰামৰ্শ দিছে চিকিৎসকে।