
প্ৰাণজিৎ ছৌহান, অভয়াপুৰী, ২৫ জুলাই: সান্ধ্য আইন উলংঘা কৰি লেংটিছিঙা অভয়াপুৰী পথৰে চলাচল কৰি থকা বাহনৰ বিৰুদ্ধে কঠোৰ হয় উত্তৰ শালমাৰা আৰক্ষী ৷ মহকুমা আৰক্ষী বিষয়া নিতুমণি দাসৰ নিৰ্দেশ মৰ্মে লেংটিছিঙা পথত চলালে তালাচী অভিযান ৷
আইন উলংঘা কৰা বাহনক বিহিলে জৰিমনা ৷
কেবাখনো বাহনৰ জৰিমনা বিহিলে আৰক্ষীয়ে ৷
অভয়াপুৰী লেংটিছিঙা ২নং ৰাজ্যিক ঘাই পথেৰে চলাচল কৰি থকা প্ৰতিখন বাহন আইন উলংঘা কৰা বাহনক বিহিলে জৰিমনা ৷