sangbad lahar logo

সাংবাদিকৰ চিকিৎসা কল্যাণ আঁচনিৰ অধীনত ৫ গৰাকী সাংবাদিকলৈ আৰ্থিক সাহায্য…

হাজোৰ সাংবাদিক আব্দুল গণি খান চৌধুৰীলৈ জনসংযোগ বিভাগৰ চিকিৎসা সাহাৰ্য্য , প্ৰতিদিন টাইম’ৰ হাজোৰ সংবাদদাতা আব্দুল গণি খান চৌধুৰীলৈ অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ তৰফৰ পৰা সাংবাদিক চিকিৎসা কল্যাণ আঁচনিৰ অধীনত চিকিৎসা সাহাৰ্য্য ৰূপে পঞ্চাশ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য্য আগবঢ়োৱা হৈছে। অসম চৰকাৰৰ জনসংযোগ বিভাগৰ এই কাৰ্য্যত সন্তুষ্টি প্ৰকাশ কৰিছে হাজো সাংবাদিক সন্থাৰ লগতে সচেতন মহলে

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *