sangbad lahar logo

সমগ্ৰ ৰাজ্যতে পালিত হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৩ তম্ আৱিৰ্ভাৱ মহোৎসৱ উদযাপন।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৩ তম জন্ম জয়ন্তী তিথি উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তত হৰি নামেৰে মুখৰিত হৈ পৰিছে । একেদৰে কামৰূপ জিলাৰ ভিন্ন প্ৰান্তটো উদযাপন কৰা দেখা গ’ল গুৰুজনাৰ জন্ম মহোৎসৱ ।তাৰ সমান্তৰালভাৱে বাইহাটা চাৰিআলিৰ বিহদিয়াস্থিত শ্ৰী শ্ৰী চতুৰ্ভুজ সত্ৰটো দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা দেখা গ’ল গুৰুজনাৰ ৫৭৩ তম জন্ম জয়ন্তী মহোৎসৱ । উল্লেখযোগ্য যে উক্ত মহোৎসৱটিৰ সৈতে সংগতি ৰাখি ভক্তপ্ৰাণ ৰাইজৰ মাজত হাতেবোৱা প্ৰায় ৭০ হাত দীঘল এখনি গুণমালা প্ৰদৰ্শন কৰাৰ লগতে নাম প্ৰসংগৰে উদযাপন কৰা দেখা গল গুৰুজনাৰ জন্মোৎসৱ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *