sangbad lahar logo

সফলতাৰে চন্দ্ৰপৃষ্ঠত অৱতৰণ চন্দ্ৰযান-৩ । ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ল বিশ্ববাসী ।

চন্দ্ৰৰ বুকুত ইতিহাস ৰচিলে ভাৰতে । সফলভাৱে চন্দ্ৰযান–৩ৰ অৱতৰণ হ’ল (Chandrayaan 3 landing) । চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে সফলতাৰে অৱতৰণ কৰে চন্দ্ৰত । অৱতৰণৰ প্ৰাকমুহূৰ্তত চন্দ্ৰযানৰ ওপৰত ইছৰোৰ কোনো নিয়ন্ত্ৰণ নাছিল যদিও ই নিজেই  যাত্ৰা কৰি জোনবাইৰ বুকুত পদাৰ্পণ কৰে ।

Related Articles