sangbad lahar logo

সন্ত্ৰাসবাদীৰ বিস্ফোৰণত ইৰাকত ৩৬ জনৰ মৃত্যু…

ঈদৰ পূৰ্বে যুদ্ধগ্ৰস্ত দেশ ইৰাকত ভয়ংকৰ ঘটনা। সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মৰ লোক সকলে প্ৰবিত্ৰ ঈদৰ বাবে প্ৰস্তুতিত ব্যস্ত হৈ থকাৰ সময়তে ইছলাম প্ৰধান দেশ ইৰাকত উঠিছে কান্দোনৰ ৰোল। সোমবাৰে ইৰাকৰ ৰাজধানী বাগদাদৰ ইছলামিক ষ্টেট গোটৰ এক আত্মঘাতি আক্ৰমণত ৩৬ জনৰো অধিক লোক নিহত হৈছে। মৃতসকলৰ বেছিভাগেই মহিলা আৰু শিশু।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *