সদ্য প্ৰয়াত জনতাৰ শিল্পী ৰাজীৱ শদিয়াৰ বাসগৃহত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ তৰফৰ পৰা ১ লাখ টকাৰ চেক আৰু নিজৰ ফালৰ পৰা নগদ ১ লাখ টকা প্ৰদান শিল্পী গৰাকীৰ পত্নীক। শিল্পী গৰাকীৰ পত্নীৰ বাবে এটা চৰকাৰী চাকৰিৰ দাবী মুখ্যমন্ত্ৰীক জনোৱাৰ প্ৰতিশ্ৰুতি অখিল গগৈৰ।
সদ্য প্ৰয়াত জনতাৰ শিল্পী ৰাজীৱ শদিয়াৰ বাসগৃহত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ।
